ঐতিহাসিক-আধ্যাত্মিক ক্ষেত্ৰ ভাগৰ উন্নয়ণৰ পৰিকল্পনাৰে বটদ্ৰৱাত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

Must Read

গুৱাহাটী, ২১ জুলাই, NKTV: অসমীয়া জাতিৰ প্ৰান প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থানত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।
জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতি বিজড়িত ঐতিহাসিক তথা আধ্যাত্মিক ক্ষেত্ৰ ভাগৰ উন্নয়ণৰ পৰিকল্পনাৰে বটদ্ৰৱাত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী ৷
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ একান্ত ব্যক্তিগত প্ৰচেষ্টাত গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ ঐতিহাসিক সম্পদ স্বৰূপ মণিকূট, কীৰ্তনঘৰ আৰু নাটঘৰৰ মজিয়াত মাৰ্বল লগোৱাৰ লগতে আধুনিক প্ৰযুক্তিগত চিলিং নিৰ্মাণ আৰু উন্নত মানৰ বৈদ্যুতিকৰণৰ কাম নতুনকৈ আৰম্ভ হ’ব ৷
মুখ্যমন্ত্ৰী গৰাকী শ্ৰীশ্ৰী বটদ্ৰৱা থানত বুধবাৰে নিজে উপস্থিত হৈ মণিকূট , কীৰ্তনঘৰ আৰু নাটঘৰ উন্নয়ণৰ কামখিনি আনুষ্ঠানিক ভাৱে শুভাৰম্ভণি কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
826FansLike
736FollowersFollow
86,700SubscribersSubscribe

Trending