অলিম্পিকত আৰ্চাৰী মিক্সড টীম ইভেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ দীপিকা-প্ৰবীণৰ

Must Read

গুৱাহাটী, ২৪ জুলাই, NKTV: শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে THE GREATEST SHOW ON EARTH অলিম্পিক খেল। টকিঅ’ত অনুষ্ঠিত হোৱা এই অলিম্পিকত অংশ গ্ৰহণ কৰিছে ভাৰতৰ প্ৰতিনিধিত্ব কৰা খেলুৱৈ সকলে। ভাৰতীয় যুটি দীপিকা কুমাৰী আৰু প্ৰবীণ যাদৱে টকিঅ’ অলিম্পিকত আৰ্চাৰী মিক্সড টীম ইভেণ্টৰ কোৱাৰ্টাৰ ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। প্ৰাক-কোৱাৰ্টাৰ ফাইনেলত দুয়োজনে চীনা টাইপেইৰ চিয়া-ইন লিন আৰু চিহ-চুন টাংগক পৰাস্ত কৰে আৰ্চাৰী মিক্সড টীম ইভেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। এটা পৰ্যায়ত ভাৰত ১-৩ স্কোৰেৰে পিছ পৰি আছিল। কুমাৰী আৰু যাদৱে ৫-৩ স্কোৰেৰে জয়লাভ কৰি পৰৱৰ্তী পৰ্যায়ত উপনীত হৈছে

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
826FansLike
736FollowersFollow
128,000SubscribersSubscribe

Trending