অসম জীয়ৰী লাভলীনালৈ ধনশিৰিবাসীৰ অযুত শুভকামনা

Must Read

গুৱাহাটী, ২১ জুলাই, NKTV: টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ পোৱা ধনশিৰিৰ জীয়ৰী লাভলীনাৰ গৃহভূমি ধনশিৰি বাসীৰ মাজত এতিয়া তীব্ৰ উৎকন্ঠা । লাভলীনা পঢ়ি অহা বিদ্যালয় বৰপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক, বৰ্তমানৰ প্ৰধান শিক্ষক সকলোৰে মাজত দেখিবলৈ পোৱা গ’ল ব্যাপক উৎকণ্ঠা । লাভলীনাৰ প্ৰথম বক্সিংৰ প্ৰশিক্ষক প্ৰশান্ত কুমাৰ দাসেও লাভলীনালৈ জনালে অযুত শুভেচ্ছা । ইয়াৰ উপৰিও আছু, চুতীয়া ছাত্ৰ সন্থা সকলোৱে জনাইছে লাভলীনালৈ শুভকামনা জনালে। আনহাতে ধনশিৰি মহকুমাত ক্ৰীড়াৰ কোনো ধৰনৰ আন্ত গাঁঠনি নথকা স্বত্বেও বিশ্বৰ দৰবাৰত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হোৱা লাভলীনাক শুভেচ্ছা দিয়াৰ লগতে ধনশিৰিত এটি বক্সিং ৰিং স্থাপনৰ বাবে দাবী উত্থাপন কৰিছে আছুয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
826FansLike
736FollowersFollow
98,500SubscribersSubscribe

Trending