চানমাৰীৰ ৰেলৱে ক্ৰছিঙত বৈদ্যুতিক তাঁৰত লাগি বনুৱাৰ মৃত্যু

Must Read

গুৱাহাটী, ২১ জুলাই, NKTV: গুৱাহাটী মহানগৰৰীৰ চানমাৰীৰ ৰেলৱে ক্ৰছিঙত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।
ৰেলগেটত ৰঙ কৰি থকা অৱস্থাত বৈদ্যুতিক তাঁৰত লাগি মৃত্যু আকোৱালি ললে এজন বনুৱাই
জানিব পৰা মতে বনুৱাজনক কৰ্মত নিয়োজিত কৰা ঠিকাদাৰে কোনোধৰণৰ সুৰক্ষা কবচ প্ৰদান কৰা নাছিল।
ইতিমধ্যে সুৰক্ষা কবচ নিদিয়াকৈ কামত নিয়োজিত কৰোৱাৰ বাবে ঠিকাদাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে।
মৃত লোকজনৰ নাম দিগন্ত দাস। ম়ত বনুৱাজনক হেলমেট, চেফটী বেল্ট আদি কোনোধৰণৰ সুৰক্ষা কবচ প্ৰদান কৰা হোৱা নাছিল। ঘটনাস্থলীাত উপস্থিত হৈছে আৰক্ষী।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
826FansLike
736FollowersFollow
79,900SubscribersSubscribe

Trending