প্ৰকাশ পালে ৰাজ্য চৰকাৰৰ নতুন SOP

Must Read

গুৱাহাটী, ২৭ জুলাই, NKTV: মঙলবাৰে প্ৰকাশ পালে ৰাজ্য চৰকাৰৰ নতুন SOP। ৰাজ্যৰ ক’ভিড পৰিস্থিতিলৈ মন কৰি নতুন SOP জাৰি কৰিছে ৰাজ্য চৰকাৰে।
পূৰ্বতকৈ কিছু উন্নত হৈছে ৰাজ্যৰ ক’ভিড পৰিস্থিতি।
চৰকাৰৰ নতুন SOP মৰ্মে, গোলাঘাটত আৰু লখিমপুৰত অব্যাহত থাকিব লকডাউন।
আনহাতে শোনিতপুৰ, যোৰহাট, বিশ্বনাথ কিছু শিথিল কৰা হৈছে কাৰ্ফিউ। জিলা কেইখনত দিনৰ ২ বজাৰ কাৰ্ফিউ আৰম্ভ হ’ব।
গোৱালপাৰা, মৰিগাওঁতো দিনৰ ২ বজাৰ পৰা কাৰ্ফিউ অব্যাহত থাকিব।
উল্লেখযোগ্য যে ৰাজ্যত বন্ধ থাকিব আন্তঃ জিলা যাতায়াত।
কাইলৈ সন্ধিয়া ৫ বজাৰ পৰা ৰাজ্যত কাৰ্যকৰী হ’ব এই নতুন SOP।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
826FansLike
736FollowersFollow
128,000SubscribersSubscribe

Trending