হকীত ভাৰতৰ সন্মুখত ধৰাশায়ী নিউজিলেণ্ড

Must Read

গুৱাহাটী, ২৪ জুলাই, NKTV: টকিঅ’ অলিম্পিকত শনিবাৰে ভাৰতীয় হকী দলে ৩-২ স্কোৰৰ ব্যৱধানত নিউজিলেণ্ড দলক পৰাভূত কৰিলে। হৰমণপ্ৰীত সিঙৰ এটা ব্ৰেচ আৰু পি আৰ শ্ৰীজেচে খেল খনৰ শেষৰ ফালে কৰা স্কোৰেৰ ভাৰতীয় দলটোক পৰৱৰ্তী ৰাউণ্ডত উপনিত হোৱাত সহায় কৰে। ইয়াৰ উপৰিও খেলখনত ৰূপীণ্ডৰ পলেও এটা পেনাল্টী স্কোৰ কৰে। উল্লেখযোগ্য যে, পুৰুষৰ ভাৰতীয় হকী দলটোৱে দেওবাৰে ভাৰতীয় সময়ম অনুসৰি আবেলি ৩ বজাত অষ্ট্ৰেলিয়া হকী দলটোৰ সৈতে মুখামুখি হ’ব। আনহাতে ভাৰতীয় মহিলা হকী দলটোৱে শুকুৰবাৰে সন্ধিয়া ৫:১৫ বজাত নেডাৰলেণ্ড বিপৰীতে খেলিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
826FansLike
736FollowersFollow
128,000SubscribersSubscribe

Trending