প্ৰাকৃতিক সৌন্দৰ্য সুষমা বিচাৰি ৰূপহী-মিংমাঙলৈ NKTVৰ যাত্ৰা

Must Read

গুৱাহাটী, ২২ জুলাই, NKTV: অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত থকা দুটা সু-উচ্চ জলপ্ৰপাত। সীমান্তৱৰ্তী অঞ্চল ৰূপহী-মিংমাঙৰ প্ৰাকৃতিক-সৌন্দৰ্য্য আৰু নান্দনিক উপলব্ধিয়ে জুৰাই পেলাব আপোনাৰ মন প্ৰাণ। সীমান্তৱৰ্তী অঞ্চল ৰূপহী-মিংমাংত উপস্থিত হৈছে NKTV। প্ৰথমবাৰৰ বাবে NKTVৰ স্ক্ৰীনত এই দুটা সু-উচ্চ জলপ্ৰপাত। উল্লেখযোগ্য যে, ৰূপহী-মিংমাং জলপ্ৰপাত সম্ভৱত: অসম-অৰুণাচলৰ ভিতৰত আটাইতকৈ দীর্ঘত্বম জলপ্ৰপাত। যদিও আজিকোপতি পৰ্য্যটন ক্ষেত্ৰখনত উজ্বলি উঠা নাই এই জল-প্ৰপাত দুটা। এই জলপ্ৰপাতৰ প্ৰাকৃতিক সৌন্দৰ্য সুষমা বিচাৰি ৰূপহী-মিংমাঙলৈ NKTVৰ যাত্ৰা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
826FansLike
736FollowersFollow
69,200SubscribersSubscribe

Trending