শিলঙলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ

Must Read

গুৱাহাটী, ২২ জুলাই, NKTV: শিলঙলৈ আহিব কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ। কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে তেওঁৰ দুদিনীয়া কাৰ্যসূচী হাতত লৈ শ্বিলং ভ্ৰমণ কৰিব। জানিব পৰা মতে,কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে ২৪ আৰু ২৫ জুলাই তাৰিখে অনুষ্ঠিত হ’বলগীয়া উত্তৰ-পূব পৰিষদৰ বৈঠকত যোগদান কৰিব। কেন্দ্ৰীয় DoNER Minister জি কিষাণ ৰেড্ডীয়ে তেওঁৰ MoS DoNER বিএল বাৰ্মাৰ সৈতে বৈঠকত উপস্থিত থাকিব। উল্লেখযোগ্য যে, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি উক্ত কাৰ্যসূচীত উত্তৰ-পূৰ্বাঞ্চলৰ আন সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

spot_img
826FansLike
736FollowersFollow
98,500SubscribersSubscribe

Trending